কালিকা লগা সময়
---------------------------------------
অভিশপ্ত আজি
শান্ত পৃথিৱীৰ
মানৱতা হেৰুৱাই দানৱৰ সৃষ্টিত....
জীয়াই থকাৰ হেপাঁহবোৰ চিতাভস্ম হৈছে
এফালে মহামাৰী আন ফালে ধষৰ্ণ ....
নিষ্প্রাণ হৈ হৃদয়ৰ প্রতিটো কোণ ,,,,
এতিয়া যে পৰিস্হিতিত নতুন ৰূপ ,,,,
এইয়া যে মানৱতাৰ ধংসৰ পথ
য'ত চাৰিওফালে ভেজালৰ বতাহ বলিছে ,,,
প্রতিজনে মাথোঁ অপাৰগ,অসমৰ্থ
এইয়াই যেন কালিকা লগা সময়.....
--

0 Comments