মুখা
-ভাৰত দাস,ঘূনাসুঁতি
আপোনাৰ দৰে হব নোৱাৰিলোঁ……
আপুনি পিন্ধে দুখন মুখা ।
এখন আন্ধাৰত
আনখন পোহৰত !
যেতিয়া আপুনি আপোনাৰ কলঙ্কিত অধ্যায়বোৰত
ৰাজত্ব কৰে
তেতিয়া আপুনি পিন্ধে এখন মুখা
আনখন পিন্ধে পোহৰত
যিয়ে নিজক সুৰক্ষিত কৰে।
°°°°°°°°°
মুখা
-ভাৰত দাস,ঘূনাসুঁতি
আপোনাৰ দৰে হব নোৱাৰিলোঁ……
আপুনি পিন্ধে দুখন মুখা ।
এখন আন্ধাৰত
আনখন পোহৰত !
যেতিয়া আপুনি আপোনাৰ কলঙ্কিত অধ্যায়বোৰত
ৰাজত্ব কৰে
তেতিয়া আপুনি পিন্ধে এখন মুখা
আনখন পিন্ধে পোহৰত
যিয়ে নিজক সুৰক্ষিত কৰে।
°°°°°°°°°
1 Comments
bhal lagil
ReplyDelete