সাহিত্যৰ ডেউকাৰ বিষয়ে
___________________যাৰ নামেই হৈছে সাহিত্যৰ ডেউকা অৰ্থাৎ সাহিত্যই চৰাইৰ নিছিনা আগুৱাই যাওঁক । ডেউকা হৈছে চৰাইৰ নাম ( গাৰ পৰা ওলোৱা হাডে সৈতে পাখি ) ।
বহু আগৰে পৰা মই আৰু মোৰ বন্ধু মণিকৃষ্ণ টাকুহে অনলাইন ই- আলোচনীৰ কাৰণে চিন্তা কৰিছিলোঁ । মিচিং ভাষাতে ই- আলোচনীখন উলিওৱাৰ কথা আমি দুয়োজনে চিন্তা কৰিছিলোঁ । ইতিমধ্য মিচিং ভাষাত "জিলি" নামৰ ই- আলোচনীখন উলিওৱাৰ পিছত তপন পায়েং আমি তিনিজনে লগ হৈ সাহিত্যৰ ডেউকা নামৰ ই- আলোচনীখন উলিওৱাৰ চিন্তা কৰিলোঁ । এই আলোচনীখনেই মোৰ দৃষ্টিত অসমৰ প্ৰথম মিচিং , অসমীয়া আৰু ইংৰাজী তিনিওটা ভাষাৰ প্ৰথম অনলাইন ই- আলোচনী ।
0 Comments