প্ৰথম বছৰ।দ্বিতীয় সংখ্যা।ছেপ্তেম্বৰ ২০২১ ভিতৰ চোৱাৰ পৃষ্ঠা( লেখা সমুহ পাবলৈ নামবোৰত ক্লিক কৰিব ) ◼সম্পাদকীয়ৰ এমুঠি কলম ◼ মন্টুৰাম টাইদ ◼ তপন পায়েং প্ৰবন্ধ ◼ ডেইজী গগৈ(ইংৰাজী) ◼ হৰেন কাপ্তাক(অসমীয়া) গল্প ◼ মহেন্দ্ৰ য়েইন ◼ কৃষ্ণা বৰা অণুগল্প ◼ ভাৰত দাস ◼ মনোৰঞ্জন কুলি ◼ প্ৰাৰ্থনা সন্দিকৈ ◼ অলকেশ খাটনিয়াৰ ◼ দিব্যজ্যোতি ডেকা ◼ তপন পায়েং নীলা খামৰ চিঠি ◼ পপীপ্ৰিয়া পাতিৰ ◼ সুনিল পায়েং অসমীয়া কবিতা ◼ অনুভৱ প্ৰিয়ম মিৰি ◼ মহেন্দ্ৰ য়েইন ◼ তুলাদৈ পায়েং টাইদ ◼ দীপ্তিৰানী পেগু ◼ প্ৰনৱ জ্যোতি দাস ◼ অভিজিত কুম্বাং ◼ ত্ৰিৰঞ্জন টাইদ…
শিৰোনাম- হতাশা, ফ্ৰানৎস কাফকা আৰু নীলমণি ফুকন ইত্যাদি ◼কৃষ্ণা বৰা মৰিগাঁও আজিৰ পৃথিৱীৰ অধিকাংশ মানুহক দেখা যায় অনবৰতে উদ্বিগ্ন হৈ ঘুৰি ফুৰা। মানসিক চাপ, উত্তেজনাই এফালৰ পৰা কোঙা কৰি অহা মানৱ সমাজক বৰ্তমান আটাইতকৈ বেছি প্ৰয়োজন মানসিক সুস্থিৰতাৰ। সময়ৰ সৈতে খোজ মিলাবলৈ গৈ উদ্বেগ-উৎকণ্ঠাক লগৰী সজাই লোৱা আমি প্ৰায় পাহৰিয়ে পেলাইছো নিজৰ ভিতৰুৱা সমস্যা সমাধান কৰাৰ পথসমূহ। কুৰি শতিকাৰ প্ৰায় প্ৰথমভাগৰ পৰা আধুনিকতাবাদী প্ৰত্যেকজন ব্যক্তিয়েই কম-বেছি পৰিমাণে হ'লেও হতাশা, অসহিষ্ণুতাৰ বলি হৈছে। ইয়াৰ ভিতৰত আৱেগজনিত নিয়ন্ত্রণ হেৰুৱাই পেলোৱা…
কৈশোৰৰ পৰা যৌৱনৰ সময়ছোৱাত নগৰীয়া বতাহ খাইছোঁ যদিও শৈশৱতেই গাঁৱৰ মলয়াজাকে মোৰ মন-প্ৰাণ ওৰেটো জীৱনৰ বাবে শীতলাই থৈছে। তাহানি পথাৰে-সমাৰে, বাৰীয়ে-হাবিয়ে পিনপিনাই ফুৰোঁতে কোনোবাটো মূহুৰ্তত হঠাৎ মিঠা সুগন্ধি এটা নাকত লাগি ধৰে। দীঘলকৈ উশাহ টানি বুকুৰ মাজত সোমোৱাই লওঁ, সুগন্ধিটো। ভাবিছে চাগে' নহয়, সুগন্ধিটোনো কিহৰ ? গাঁৱৰ বাৰীয়ে-হাবিয়ে কিছুমান ফুল ফুলে। কদম, মালতী, চম্পা, খৰিকাজাঁই, কেতেকী, কপৌ আদি ফুলে গোটেই হাবিখন আমোলমোলাই ৰাখে। মই মন কৰিছিলোঁ, ফুলবোৰ নিজে নিজেই ফুলে, নাই পানী, নাই সাৰ। আনকি কিছুমান ফুলতো চেঁচুকতে ফুলে। সাৰ-পানী ন…
* মিচিং ভাষা শিক্ষক নিযুক্তি আৰু মাধ্যম* ◼ হৰেন কপ্তাক,ধেমাজি অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী বুলি নিজকে পৰিচয় দিয়া মিচিংসকলৰ ভাষাটো সঁচাকৈ জীয়াই থাকিবনে? যদিহে শিক্ষাৰ মাধ্যমৰ আওতাৰ বাহিৰত যায়? ১৯৮৫/৮৬ চনতেই মিচিং ভাষাটোক পৰীক্ষামূলকভাৱে প্ৰাথমিক পৰ্যায়ত প্ৰবৰ্তনৰ বাবে যি ২৩০ গৰাকী শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও ভাষাটো প্ৰাথমিক পৰ্যায়ত সম্পূৰ্ণ হৈ নুঠিল৷ শেষত সাধাৰণ পদলৈ বদলি কৰি কৰি গুচি যোৱাৰ ঘটনা সংঘটিত হোৱা আমি দেখিবলৈ পালো৷ এতিয়াও মিচিং ভাষা প্ৰবৰ্তনৰ বাবে ফুচ্ ফুচনি শুনিবলৈ পাইছো বোলে মিচিং অধ্যুষিত অঞ্চলৰ …
MIMÉ NOKKÉ YENAMDÉ ◼Bhaigeswar Pogao Mimé no asin rémagné Asi bitkolo bidmínla:né Ésar sarkolo sarmínla:né, Gimur kísapé asin éssa:né Rémag pésagé nokké mé:lodde. Murkong ngasodé a:yém okumlo Nom Ki:né Moné émna kumsudung Gí:dí po:nung nungkinma:mílo Nom Boki Moné émna kumsudung. Mimé no asin rémagné Asi bitkolo bidmínla:né Ésar sarkolo sarmínla:né Gimur kísapé nokké asindé Rémag pésagé mé:lodde. Léko nom omépé pa:dung Nokké ajjau:la du:dagém Longéko nom bírmé pa:dung Yirman so:manna sí:robdagém Léko nom amo-yignépé pa:dung Yame: mesa:la…
AJONA NGOKKÉ DO:LU:DÉ ◼Bhaigeswor Pogag, Ajona, Élé unné sulli potadém ka:dagnei? Kampopé pi:mug punkodé Ka:la ka:pí:ma:nam sulli pottélé Ngokké sí:sangko Salikipora do:ludéai. Lekkem Gagor a:né émdungai Supak Obonori émkangku Lekolok mirémné do:lungé Opan gompir tatkíma:né Édé réngamdé silo miksi abungé Ngasod ara:lok ngasodé. Édé ka:nam piro pi:muk bukkodé Jaubon néyang jarkodé Ngokké sí:sala yame mekodéai So:bo Menjég lédu:lo so:mankoai Ongo késung magongkoai Ajon arum lédu:lo Antukuli poka dugmankoai. Élé ka:nam kuyag sullio:lo dung…
In love with an Empath!! ◼ Swaranjalee Dutta Never had I known his tolerance, His morality was what I disregarded. He tried hard, to fight Conquering each and every battle we had faced. Never had he left my side, Those consistent support of him Covering me up with his shield. That Shield of Love! He was the only mortal soul, Grasping all my Unsaid thoughts like the omnipotent, Neglecting the fact of his mortality. In those dark alleys, He protected me like soldier. And, assisted me with a sheet of fondness, Where, no evil could pass. Ye…