লেখা প্ৰেৰণৰ কিছু নিয়ম
সমুহ সাহিত্য প্ৰেমীলৈ সেৱাৰ্থে জনাওঁ যে সাহিত্যৰ ডেউকা -অনলাইন ত্ৰিমাসিক আলোচনী খনে প্ৰতি তিনিমাহৰ মুৰে-মুৰে প্ৰকাশ কৰা হয় । আমাৰ সেই আলোচনীলৈ লেখা প্ৰেৰণ কৰি সাহিত্যত স্ৰষ্টাত আপুনিওঁ অংশীদাৰ হওঁক ॥
লেখা প্ৰেৰণৰ বাবে কিছু নিয়মাৱলী
(১) লেখাসমুহ অন্য লেখক বা কবিসকলৰ কবিতা তথা লেখনি সমুহৰ নকল কৰা লেখনিবোৰ গ্ৰহণ কৰা নহ'ব ।
(২)লেখা সমুহ শুদ্ধকৈ লিখিব লাগিব ।
(৩) লেখাবোৰ DTP/ Type অথবা Document কৰি পঠিয়াব লাগিব ।
(৪) লেখা সমুহ আমাৰ ফেচবুক পৃষ্ঠা -সাহিত্যৰ ডেউকা -The E-Magazine টো পঠিয়াব পাৰিব নতুবা তলত দিয়া ওৱাটছাপ নম্বৰটো প্ৰেৰণ কৰিব পাৰিব
9127469408
6002076886
(৫) নতুবা আমাৰ ই-মেইলতো পঠিয়াব পাৰিব
sahityardeuka@gmail.com
sahityardeuka12@gmail.com
(৬) অথবা ৱেবছাইটটোৰ বিশেষ পেজৰ বাৰ্তা অথবা আপোনাৰ লেখা সমুহ প্ৰেৰণ কৰিব পাৰিব ।
(৭) আলোচনীৰ শিতান ক্ৰমবোৰ হল:-
কবিতা,গল্প,অণুগল্প,প্ৰবন্ধ,নীলা খামৰ চিঠি ।
(৮) শিশু সাহিত্যওঁ হৈছে আমাৰ বিশেষ শিতান ,শিশু সাহিত্যৰ ভাৱেওঁ আপুনি প্ৰেৰণ কৰিব পাৰিব ।
(৯) অসমীয়া,ইংৰাজী আৰু মিছিং তিনিটা ভাষাত লেখাসমুহ গ্ৰহণ কৰা হয় ।
নতুবা তলত দিয়া লিংকত গৈয়ো প্ৰেৰণ কৰিব পাৰিব
https://sahityardeuka12.blogspot.com/p/blog-page_2.html?m=1
0 Comments