মৰম,অণুগল্প,মনোৰঞ্জন কুলি

 অনুগল্প

"মৰম"

✍️ মনোৰঞ্জন কুলি

মনোৰঞ্জন কুলি


"মা মোৰ গাটো ভাল লগা নাই আজি,মা মোৰ ভোকো নাই আজি,কি হৈছে জানো,হে ভগৱান ৰক্ষা কৰক, আজি মই শুয়েই থাকিমগৈ"বুলি বিচনালৈ ধাপলি মেলা ল'ৰাজনৰ পিনে চাই আচৰিত হৈ ৰ'ল মাক।মাছ থকা বুলি জানিলে ঘনাই পাকঘৰলৈ "হৈছেনে ভাত মা" বুলি কোৱা ল'ৰাজন আজি কি হ'ল হঠাৎ!

               কেনেকৈনো সি আজি মাছ-ভাত খায়!তাকে মনে মনে ভাৱিলোঁ।বিচনাত গাৰুটো লৈ উচুপি উচুপি সি কৰণা ভাইৰাছ আঁতৰক বুলি ভগৱানক প্ৰাৰ্থনা কৰি আছে। হে ভগৱান সকলোকে সমান দৃষ্টিৰে চায়!

Post a Comment

0 Comments