নিঃসংঙ্গ
-ভাৰত দাস,ঘূনাসুঁতি
ভৰ বাৰিষা।এতিয়া নৈ খন পাৰাপাৰ হৈ চহলৈ যোৱাটো মুখৰ কথা নহয়।
উজানৰ কুঢ়ি মাছ জনী দলঙাত বন্দী দৰেই তাই ৰাতিটো চটফটাই পাৰ কৰিলে…
ৰাতিপুৱা আধা বাটতে খবৰটো পাই শিল হৈ পৰিল তাই।

0 Comments