নৈ,কবিতা,অচিন কুমাৰ

 নৈ

সাতুঁৰি পাৰ হ'ব নোৱাৰা এখন নৈ  ইটো পাৰে মই, সিটো পাৰে তুমি  নৈৰ সোঁতত উতি ভাঁহি ফুৰিছে  সপোনৰ কঠিয়া বোৰ ! কিমান যে আশা আছিল...! কিমান যে সপোন আছিল বুকুত ।  নাভাবো বুলিলেও  বাৰে বাৰে মনলৈ আহে ভাঙিযোৱ সপোন বোৰে  বৰকৈ আমনি কৰে । ✍️অচিন কুমাৰ, উওৰ  লখিমপুৰ




সাতুঁৰি পাৰ হ'ব নোৱাৰা এখন নৈ 

ইটো পাৰে মই,

সিটো পাৰে তুমি


নৈৰ সোঁতত উতি ভাঁহি ফুৰিছে 

সপোনৰ কঠিয়া বোৰ !

কিমান যে আশা আছিল...!

কিমান যে সপোন আছিল বুকুত ।


নাভাবো বুলিলেও 

বাৰে বাৰে মনলৈ আহে

ভাঙিযোৱ সপোন বোৰে 

বৰকৈ আমনি কৰে ।

✍️অচিন কুমাৰ, উওৰ  লখিমপুৰ

Post a Comment

0 Comments