ঈশ্বৰৰ সংবাদ,ত্ৰিৰঞ্জন টাইড

 ঈশ্বৰৰ সংবাদ

   


                

 প্ৰাচীন ৰাতিৰ আদিম যুগবোৰ

 উভতি আহিব খুজিছে

অৰণ্য বিচাৰি


হে পৃথিৱী ! বাট এৰি দিয়া !

আহক পূজাৰী


জানাই নহয়

মঙ্গলৰ পিছে পিছে ঘূৰি ফুৰে অমঙ্গল

অমঙ্গলৰ পাছে পাছে দৌৰি ফুৰে মঙ্গল ।


ঔম শান্তি ।


                                ত্ৰিৰঞ্জন টাইড

Post a Comment

0 Comments