ক্লান্ত পথিকৰ দুখৰ বতৰা বুটলিক্লান্ত পথিকৰ দুখৰ বতৰা
নিসংগ বাটৰুৱাজনৰ
সুখৰ জীৱনে ,
মানুহৰ গীত গাই
ভাগৰি পৰা নাই ।
বেলিয়ে ডাৱৰৰ লগত
লুকা-ভাকু খেলিলে
মোৰো গাবৰ মন যায়
বৰষুণবিহীন ডাৱৰৰ
বিশুদ্ধ বায়ুবিহীন মাটিত
জীৱন অৰ্থহীন ।
°°°°°°°
ক্লান্ত পথিকৰ দুখৰ বতৰা বুটলিক্লান্ত পথিকৰ দুখৰ বতৰা
°°°°°°°
0 Comments