আমি আৰু আমাৰ পৰিৱেশ ◼আস্থাজিতা ভায়লিনা গগৈ

 

আমি আৰু আমাৰ পৰিৱেশ
◼আস্থাজিতা ভায়লিনা গগৈ
   ষষ্টমান
  লখিমপুৰ

আমি আৰু আমাৰ পৰিৱেশ ◼আস্থাজিতা ভায়লিনা গগৈ



আমি জীৱ-শ্ৰেষ্ট মানুহ আৰু  আমাৰ পৰিৱেশ মানে হৈছে,গছ-গছনি ,জীৱ-জন্তু ,চৰাই-চিৰিকঠি,নদ-নদী ,পাহাৰ-পৰ্বত আদিবোৰ কিন্তু মানুহৰ ভুল কৰ্মৰ ফল স্বৰূপে  আমাৰ ধ্বংসৰ পথলৈ গৈ আছে ।
                   সকলো সময়তেই প্ৰকৃতিয়ে নিজৰ নিয়ম মানি চলে উদাহৰণস্বৰূপে বাঘ,সিংহ,হিংশ্ৰক জন্তু জন্তুক যদিওঁ খাদ্যৰ বাবে একেইদিনাই জীৱ-জন্তুবোৰ মাৰি শেষ নকৰে মানুহৰ ক্ষেত্ৰতেই বেলেগ মানুহে নিজৰ বাহিৰে অন্যৰ বাবে একো চিন্তা কৰিব নাজানে । হাবি জংঘল কাটি জীৱ -জন্তু বধ কৰিছে । যাৰ ফলত বহুতো জীৱ-জন্তুৰ ঘৰ হ্ৰাস পাইছে। প্ৰয়োজন হওঁক বা নহওঁক লাগিলে আৰু কেৱল নিজৰ বাবে য'ত স্থান নাই জন্ম দিয়া মাক -দেউতাকৰ কোনোৱাই থৈ  আহে যদি বৃদ্ধাশ্ৰমত আকৌ কোনোবাই এৰি থৈ আহে অচিন পথত ।
                 আমি যদি আমাৰ অতি স্নেহৰ মাতৃভুমিলৈকে চাওঁ প্ৰায় দেখা পাওঁ গড় হত্যা ,হাতী দাতঁৰ বাবে হাতীক বধ আদিবোৰ কিন্তু অসমৰ অসমীয়া শাসক প্ৰশাসকৰো চকুত চকু পানী নিনিগৰে কাহানিওঁ ,আমাৰ সমাজত প্ৰকৃতি প্ৰেমী জন্ম হব নোৱাৰে নেকি ?আমাৰ ৰূপহী সমাজত॥

Post a Comment

0 Comments